Mridu Moloya Lyrics | Sanidhya Bhuyan x Tavreed | Feat. Prantik Das
Mridu Moloya Lyrics তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা,তুমি নোগোৱা গীত মই লিখা আধৰুৱা ।দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা,বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা। পলাশী ফাগুনে ৰিঙিয়াই অবহাগৰে বাতৰি বিলাইদুটি মন পক্ষী উৰি যায় অযুৰীয়া সপোনকে ধিয়াই। প্ৰণয়ৰে মৃদু মলয়াই অদুখনি হিয়া চুমি যায়।লাজৰে ওৰণি আতৰাই অথাকা মোৰ বুকুতে সোমাই। লাজুকী চকুৰে ভাষা মনে…